कपड़ाकबूतर

कबिन फुकन (Bodo) [ Roman: ko.bin phu.kon]
Contributed by: Karishma Boro on 2023-09-06
1. PersonalitiesLiterature(Proper Noun-Masculine) Kabin Phukan (1946-) is a modern Assamese poet, critic, translator and an academician of high repute. He retired as Professor of English from Dibrugaarh University, Assam. 'Tok Dekhi Na Jone', 'Kone Koi Nupuwai Aunshir Rati' are anthologies of his poetry. Besides he wrote 'Axomiya Kobitar Prabah', a history of Assamese poetry and 'Kabitar Juti Bisar'- articles on aesthetics and taste of poetry. He was also the founder editor of 'Anubad', a magazine on translation. He had his M.A. in English Literature from Gauhati University, Ph.D from the University of Leeds and a post doctorare from Yale University. He currently resides in Dibrugarh, Assam. ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ প্রাক্তন অধ্যাপক কবীন ফুকন (১৯৪৬-) আধুনিক অসমীয়া কবিতাৰ অন্যতম শ্রেষ্ঠ কবি। তাৰোপৰি এজন কৃতী শিক্ষক, উৎকৃষ্ট সাহিত্য সমালোচক, লেখক, অনুবাদক আৰু সুবক্তা। তোক দেখি নজোনে, কোনে কয় নুপুৱাই আউসীৰ ৰাতি তেখেতৰ কবিতাৰ সংকলন, কবিতাৰ জুতি বিচাৰ প্রবন্ধ সংগ্রহ, অসমীয়া কবিতাৰ প্রৱাহ অসমীয়া কবিতাৰ বুৰঞ্জী। তেখেত অনুবাদ নামৰ অনুবাদ আলোচনীৰো সম্পাদক আছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ আৰু লীডছ্ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি পায়।